✨ আপোনাৰ ব্যৱসায়ৰ নাম দিলে অনলাইনত কেনেকুৱা ৰূপ ল'ব?
Google Maps, Review QR আৰু Direct Contact ব্যৱস্থাৰে সাজু ডিজিটেল পৰিচয়।
৭ টা শিতানৰ সম্পূৰ্ণ ডিজিটেল ব্যৱস্থা
ব্যৱসায় এটা অনলাইনত সুদৃঢ় কৰিবলৈ প্ৰয়োজনীয় সকলো বিভাগ একেটা পৰিকাঠামোত
Business ভাল হ'লেই যথেষ্ট নহয়।
আপোনাৰ কাম বা প্ৰডাক্ট উৎকৃষ্ট হ'ব পাৰে, কিন্তু গ্ৰাহকে যদি আপোনাক বিচাৰিয়ে নাপায় তেন্তে ব্যৱসায় কেনেকৈ বাঢ়িব?
মানুহে আপোনাক বিচাৰি পাবনে?
আপুনি কি কৰে বুজিবনে?
আপোনাক বিশ্বাস কৰিবনে?
যোগাযোগ কৰিব জানিবনে?
The Business Visibility Roadmap
প্ৰতিটো ব্যৱসায়ৰ প্ৰয়োজন একে নহয় — আপোনাক সকলো Service একেলগে নালাগে
Brand
পৰিচয় — সঠিক নাম, ল'গ' আৰু ব্ৰেণ্ডিং ডিজাইন।
Be Visible
উপস্থিতি — Google Search আৰু অনলাইন প্লেটফৰ্মত উপলব্ধ কৰা।
Show What You Do
কণ্টেন্ট — আপোনাৰ সামগ্ৰী বা সেৱাৰ সঠিক বিৱৰণ প্ৰদৰ্শন।
Reach People
প্ৰচাৰ — সঠিক মানুহৰ ওচৰলৈ ব্যৱসায় লৈ যোৱাৰ উপায়।
Build Trust
বিশ্বাস — সঠিক তথ্য, ৰিভিউ আৰু ক্লিয়াৰ পলিশিৰ ব্যৱস্থা।
Get Enquiries
যোগাযোগ — পোনপটীয়া WhatsApp, কল বা ফৰ্মৰ মাধ্যমেৰে যোগাযোগ।
Keep Working
ৰক্ষণাবেক্ষণ — নিয়মীয়া আপডেট, সুৰক্ষা আৰু টেকনিকেল চাপৰ্ট।
AI-ৰে বহুতো বস্তু এতিয়া বনাব পাৰি।
কিন্তু Business-ৰ বাস্তৱ Setup বেলেগ কথা।
💡 AI / Digital Creation
- • Website drafts & structure
- • Logo concepts & ideas
- • Articles & promotional copy
- • Basic images & captions
🛠️ Real Business Implementation
- Domain & DNS configuration
- Hosting setup & WordPress installation
- Professional business email inbox setup
- Meta Ads, WhatsApp & Enquiry connection
Restaurant Example Project
এখন ৰেষ্টুৰেণ্টৰ বাবে কোনো জটিল ছফ্টৱেৰৰ প্ৰয়োজন নাই — গুগলত সঠিক স্থান, আকৰ্ষণীয় ডিজিটেল মেনু আৰু পোনপটীয়া অৰ্ডাৰ বা টেবুল বুকিঙৰ সুবিধাহে প্ৰধান।
Services & Packages
ব্যৱসায়ৰ প্ৰয়োজন অনুসৰি সহজ আৰু পৰিষ্কাৰ বিকল্প
STARTER
প্ৰাথমিক অনলাইন ভিজিবিলিটি আৰু গুগল প্ৰেচেন্স গঢ়িবলৈ (Branding, Maps, Content, Review QR, Form)।
GROWTH
অধিক শক্তিশালী উপস্থিতি, স্থানীয় বিজ্ঞাপন (Ads Setup) আৰু সম্পূৰ্ণ ৱেবছাইট/Enquiry ব্যৱস্থা।
CUSTOM
কেৱল আপোনাৰ ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় নিৰ্দিষ্ট সেৱাসমূহ (যেনে: কেৱল Ads Setup বা WordPress)।
⚙️ ONE-TIME SETUP
Setup → Configure → Connect → Customise → Test
ব্যৱসায় আৰম্ভণি বা নতুন ৱেবচাইট গঢ়াৰ সময়ত কৰা প্ৰাৰম্ভিক কাৰিকৰী কাম।
🛠️ MONTHLY MAINTENANCE
Update → Backup → Basic Fix → Maintain
ৱেবচাইট সুৰক্ষিত আৰু সচল কৰি ৰাখিবলৈ নিয়মিত মাহেকীয়া যত্ন।
আমাৰ কাম কৰাৰ পদ্ধতিৰ বৈশিষ্ট্য
✕ আমি প্ৰতিশ্ৰুতি নিদিওঁ
- • নিশ্চিত গ্ৰাহক বা বিক্ৰীৰ ভুৱা প্ৰতিশ্ৰুতি
- • Google-ত এক নম্বৰ ৰেংকিং পোৱাৰ মিছা দাবী
- • ভুৱা ৰিভিউ বা ভুৱা ডাটা ক্ৰয় কৰা
- • অপ্ৰয়োজনীয় সেৱা বা পেকেজ জাপি দিয়া
✓ আমাৰ কৰ্মপদ্ধতি
- • ব্যৱসায়ৰ প্ৰকৃত প্ৰয়োজন বুজি লোৱা
- • যিটো এতিয়া লাগে, কেৱল সেইখিনিৰে আৰম্ভ কৰা
- • স্পষ্ট আৰু পাৰদৰ্শী কাৰিকৰী পৰামৰ্শ
- • বাস্তৱ আৰু কাৰ্যকৰী ডিজিটেল চেটআপ প্ৰদান
আপোনাৰ Business-ৰ বাবে সকলো একেলগে কৰাৰ প্ৰয়োজন নাই।
যিটো এতিয়া লাগে, সেইখিনিৰে আৰম্ভ কৰক।
ব্যৱসায়ৰ প্ৰয়োজন বুজিবলৈ আমাৰ চেকলিষ্ট ব্যৱহাৰ কৰক অথবা পেকেজ আৰু শ্ৰেণীসমূহ পৰিদৰ্শন কৰক।