WebDot.in Website Setup & Maintenance
মূল পৃষ্ঠালৈ উভতি যাওক
🌐 ৱেবছাইট সংস্থাপন আৰু তত্ত্বাৱধান শিতান

ব্যৱসায়ৰ বাবে Website Setup & Maintenance

এটা ৱেবছাইট সুচাৰুৰূপে আৰম্ভ কৰা (Setup) আৰু তাক দীৰ্ঘম্যাদীভাৱে সুৰক্ষিত আৰু সজীৱ কৰি ৰখা (Maintenance) — দুয়োটা দিশতে অসমৰ স্থানীয় ব্যৱসায়সমূহক প্ৰয়োজনীয় কাৰিকৰী সহায় আগবঢ়োৱা হয়।

💡 ৱেবছাইটৰ দুটা মূল পৰ্যায়: Setup আৰু Maintenance

One-Time Setup হৈছে ৱেবছাইটটো প্ৰথমবাৰৰ বাবে সঠিকভাৱে ইনষ্টল, থিম সজ্জা, প্ৰয়োজনীয় প্লাগিন আৰু প্ৰফেশ্বনেল ইমেইল কনফিগাৰ কৰা। আনহাতে Monthly Maintenance হৈছে ৱেবছাইটটো চলি থকাৰ পাছত তাৰ নিয়মীয়া আপডেট, বেকআপ, তথ্য আৰু মূল্যৰ সাল-সলনি তদাৰকী কৰা।

"নতুন ৱেবছাইট সংস্থাপন বা চলি থকা ছাইটৰ তত্ত্বাৱধান — আপোনাৰ প্ৰয়োজন বাছক।"
মাহেকীয়া সেৱা

Monthly Website Maintenance

বৰ্তমান চলি থকা ৱেবছাইটৰ নিয়মীয়া চফ্টৱেৰ আপডেট, ডাটাবেছ বেকআপ, ফোন/মূল্য সাল-সলনি আৰু কাৰিকৰী তদাৰকী।

  • WordPress Core, Theme আৰু Plugin পৰীক্ষিত আপডেট
  • নিয়মীয়া অন্তৰালত ৱেবছাইট আৰু ডাটাবেছ Backup
  • ব্যৱসায়িক তথ্য, মূল্য তালিকা আৰু অফাৰৰ সাল-সলনি
  • লেআউট ত্ৰুটি আৰু সাধাৰণ কাৰিকৰী সমস্যা সমাধান
Monthly Maintenance চাওক →

আমি সহায় আগবঢ়োৱা মূল ৱেব প্লেটফৰ্মসমূহ

ব্যৱসায়ৰ প্ৰয়োজন আৰু বাজেট অনুসৰি সঠিক প্লেটফৰ্ম বাছনি কৰা হয়

🖥️ WordPress (Self-Hosted)
সম্পূৰ্ণ নিয়ন্ত্ৰণ, প্লাগিন সুবিধা আৰু অনলাইন ষ্টোৰৰ বাবে উপযোগী। নিজস্ব হ’ষ্টিং প্ৰয়োজন হয়।
📰 Blogger / Blogspot
Google-ৰ দ্বাৰা পৰিচালিত সহজ আৰু বিনামূলীয়া প্লেটফৰ্ম। Custom Domain সংযোগ কৰি পৰিচালনা কৰা হয়।
🎨 Wix Platform
ক্লাউড-হোষ্টেড ব্যৱস্থা য'ত ডমেইন সংযোগ, ৱেব সজ্জা আৰু ব্যৱসায়িক সমল সহজে পৰিচালনা কৰা হয়।
🛍️ WooCommerce Store
WordPress-ৰ সৈতে সংযুক্ত ই-কমাৰ্চ ব্যৱস্থা, য'ত সামগ্ৰী, কাৰ্ট, শ্বিপিং আৰু অৰ্ডাৰ পৰিচালনা কৰা হয়।
Guides পঢ়ক →

WebDot.in সেৱাসমূহৰ সুকীয়া পৰিসৰ

Digital Presence: ব্যৱসায় অনলাইন উপস্থিত কৰা (Google Profile, Domain)
Content: পোষ্টাৰ, লিখনি, কেটালগ বা ভিডিঅ' প্ৰস্তুত কৰা
Marketing: বিজ্ঞাপন আৰু প্ৰম’শ্বনেৰে সঠিক গ্ৰাহকৰ ওচৰলৈ যোৱা
Trust: Reviews আৰু প্ৰকৃত কামৰ প্ৰমাণেৰে বিশ্বাস বঢ়োৱা
Enquiry: আগ্ৰহী গ্ৰাহকৰ প্ৰয়োজন আৰু তথ্য সংগ্ৰহ কৰা
Website Setup & Maintenance: ৱেব পৰিৱেশ ইনষ্টল, কনফিগাৰ আৰু তত্ত্বাৱধান কৰা

আপোনাৰ ৱেবছাইটৰ বাবে সঠিক সমাধান বিচাৰিছে?

One-Time Setup হওক বা Monthly Maintenance — আপোনাৰ ব্যৱসায়ৰ প্ৰয়োজন অনুসৰি নিৰ্ভৰযোগ্য কাৰিকৰী সহায় পাবলৈ আমাৰ লগত যোগাযোগ কৰক।

প্ৰত্যক্ষ আলোচনা • স্বচ্ছ কাৰিকৰী পৰামৰ্শ • স্থানীয় ব্যৱসায়ৰ উপযোগী
WebDot.in মূল পৃষ্ঠালৈ উভতি যাওক