🌐 সৰু ব্যৱসায়ৰ বাস্তৱিক ডিজিটেল সংস্থাপন

আপোনাৰ সৰু Business-টো Online-ত Visible কৰক।

WebDot.in-এ স্থানীয় ব্যৱসায়সমূহক অনলাইনত স্পষ্টভাৱে প্ৰতিষ্ঠা কৰা, সঠিক লোকৰ ওচৰ পোৱা, বিশ্বাস গঢ়া আৰু Enquiry সংগ্ৰহ কৰাত প্ৰয়োজনীয় কাৰিকৰী সহায় আগবঢ়ায়।

🏪

YOUR BUSINESS

ভাল ব্যৱসায়, বাস্তৱ অভিজ্ঞতা

🌐

ONLINE

Google Profile & ৱেব উপস্থিতি

👁️

VISIBLE

বিচৰা মানুহৰ চকুত পৰা

🛡️

TRUSTED

সঠিক তথ্য, স্পষ্ট মূল্য আৰু প্ৰমাণ

💬

CONTACTED

WhatsApp আৰু ফোনত পোনপটীয়া যোগাযোগ

✨ আপোনাৰ ব্যৱসায়ৰ নাম দিলে অনলাইনত কেনেকুৱা ৰূপ ল'ব?

Google Search Visibility
🔍
yourbusiness.in
Your Business — Verified Local Store
★★★★★ 4.9 (120+ Reviews) · Guwahati, Assam
সতেজ আৰু নিৰ্ভৰযোগ্য সামগ্ৰীৰ সঠিক ঠিকনা। পোনপটীয়া যোগাযোগ আৰু Direct WhatsApp Order উপলব্ধ।
Your Business
✓ Verified Presence

Google Maps, Review QR আৰু Direct Contact ব্যৱস্থাৰে সাজু ডিজিটেল পৰিচয়।

📞 Direct Call 💬 WhatsApp ⭐ Review QR 📍 Map Location

৭ টা শিতানৰ সম্পূৰ্ণ ডিজিটেল ব্যৱস্থা

ব্যৱসায় এটা অনলাইনত সুদৃঢ় কৰিবলৈ প্ৰয়োজনীয় সকলো বিভাগ একেটা পৰিকাঠামোত

Business ভাল হ'লেই যথেষ্ট নহয়।

আপোনাৰ কাম বা প্ৰডাক্ট উৎকৃষ্ট হ'ব পাৰে, কিন্তু গ্ৰাহকে যদি আপোনাক বিচাৰিয়ে নাপায় তেন্তে ব্যৱসায় কেনেকৈ বাঢ়িব?

প্ৰশ্ন ১

মানুহে আপোনাক বিচাৰি পাবনে?

প্ৰশ্ন ২

আপুনি কি কৰে বুজিবনে?

প্ৰশ্ন ৩

আপোনাক বিশ্বাস কৰিবনে?

প্ৰশ্ন ৪

যোগাযোগ কৰিব জানিবনে?

GOOD BUSINESS উন্নত সেৱা বা সামগ্ৰী
VISIBLE ইণ্টাৰনেটত সহজে বিচাৰি পোৱা
UNDERSTOOD অফাৰ আৰু মূল্য স্পষ্টভাৱে বুজি পোৱা
TRUSTED বাস্তৱ ফটো, ঠিকনা আৰু নিৰ্ভৰযোগ্যতা
CONTACTED WhatsApp আৰু ফৰ্মৰ দ্বাৰা পোনপটীয়া সংযোগ

The Business Visibility Roadmap

প্ৰতিটো ব্যৱসায়ৰ প্ৰয়োজন একে নহয় — আপোনাক সকলো Service একেলগে নালাগে

01

Brand

পৰিচয় — সঠিক নাম, ল'গ' আৰু ব্ৰেণ্ডিং ডিজাইন।

02

Be Visible

উপস্থিতি — Google Search আৰু অনলাইন প্লেটফৰ্মত উপলব্ধ কৰা।

03

Show What You Do

কণ্টেন্ট — আপোনাৰ সামগ্ৰী বা সেৱাৰ সঠিক বিৱৰণ প্ৰদৰ্শন।

04

Reach People

প্ৰচাৰ — সঠিক মানুহৰ ওচৰলৈ ব্যৱসায় লৈ যোৱাৰ উপায়।

05

Build Trust

বিশ্বাস — সঠিক তথ্য, ৰিভিউ আৰু ক্লিয়াৰ পলিশিৰ ব্যৱস্থা।

06

Get Enquiries

যোগাযোগ — পোনপটীয়া WhatsApp, কল বা ফৰ্মৰ মাধ্যমেৰে যোগাযোগ।

07

Keep Working

ৰক্ষণাবেক্ষণ — নিয়মীয়া আপডেট, সুৰক্ষা আৰু টেকনিকেল চাপৰ্ট।

নতুন ব্যৱসায় Branding + Digital Presence + Enquiry
চলি থকা দোকান / অফিচ Digital Presence + Trust + Marketing
ৱেবছাইট থকা ব্যৱসায় Setup + Enquiry + Maintenance
Check What My Business Needs

AI-ৰে বহুতো বস্তু এতিয়া বনাব পাৰি।
কিন্তু Business-ৰ বাস্তৱ Setup বেলেগ কথা।

💡 AI / Digital Creation

  • • Website drafts & structure
  • • Logo concepts & ideas
  • • Articles & promotional copy
  • • Basic images & captions

🛠️ Real Business Implementation

  • Domain & DNS configuration
  • Hosting setup & WordPress installation
  • Professional business email inbox setup
  • Meta Ads, WhatsApp & Enquiry connection
"বনাই দিয়াটো এটা কথা। সেইটো আপোনাৰ Business-ৰ বাবে ঠিকভাৱে Setup, Connect, Configure আৰু Maintain কৰাটো আন এটা কথা।"

Restaurant Example Project

এখন ৰেষ্টুৰেণ্টৰ বাবে কোনো জটিল ছফ্টৱেৰৰ প্ৰয়োজন নাই — গুগলত সঠিক স্থান, আকৰ্ষণীয় ডিজিটেল মেনু আৰু পোনপটীয়া অৰ্ডাৰ বা টেবুল বুকিঙৰ সুবিধাহে প্ৰধান।

BrandingDigital PresenceMenuEnquiry & OrdersTrust
See Restaurant Project →
🍽️
Restaurant Case
✓ Official Preview

Services & Packages

ব্যৱসায়ৰ প্ৰয়োজন অনুসৰি সহজ আৰু পৰিষ্কাৰ বিকল্প

Starter

STARTER

প্ৰাথমিক অনলাইন ভিজিবিলিটি আৰু গুগল প্ৰেচেন্স গঢ়িবলৈ (Branding, Maps, Content, Review QR, Form)।

Essential Visibility
Custom

CUSTOM

কেৱল আপোনাৰ ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় নিৰ্দিষ্ট সেৱাসমূহ (যেনে: কেৱল Ads Setup বা WordPress)।

Only What You Need
See Services & Packages

⚙️ ONE-TIME SETUP

Setup → Configure → Connect → Customise → Test

ব্যৱসায় আৰম্ভণি বা নতুন ৱেবচাইট গঢ়াৰ সময়ত কৰা প্ৰাৰম্ভিক কাৰিকৰী কাম।

🛠️ MONTHLY MAINTENANCE

Update → Backup → Basic Fix → Maintain

ৱেবচাইট সুৰক্ষিত আৰু সচল কৰি ৰাখিবলৈ নিয়মিত মাহেকীয়া যত্ন।

আমাৰ কাম কৰাৰ পদ্ধতিৰ বৈশিষ্ট্য

✕ আমি প্ৰতিশ্ৰুতি নিদিওঁ

  • • নিশ্চিত গ্ৰাহক বা বিক্ৰীৰ ভুৱা প্ৰতিশ্ৰুতি
  • • Google-ত এক নম্বৰ ৰেংকিং পোৱাৰ মিছা দাবী
  • • ভুৱা ৰিভিউ বা ভুৱা ডাটা ক্ৰয় কৰা
  • • অপ্ৰয়োজনীয় সেৱা বা পেকেজ জাপি দিয়া

✓ আমাৰ কৰ্মপদ্ধতি

  • • ব্যৱসায়ৰ প্ৰকৃত প্ৰয়োজন বুজি লোৱা
  • • যিটো এতিয়া লাগে, কেৱল সেইখিনিৰে আৰম্ভ কৰা
  • • স্পষ্ট আৰু পাৰদৰ্শী কাৰিকৰী পৰামৰ্শ
  • • বাস্তৱ আৰু কাৰ্যকৰী ডিজিটেল চেটআপ প্ৰদান

আপোনাৰ Business-ৰ বাবে সকলো একেলগে কৰাৰ প্ৰয়োজন নাই।
যিটো এতিয়া লাগে, সেইখিনিৰে আৰম্ভ কৰক।

ব্যৱসায়ৰ প্ৰয়োজন বুজিবলৈ আমাৰ চেকলিষ্ট ব্যৱহাৰ কৰক অথবা পেকেজ আৰু শ্ৰেণীসমূহ পৰিদৰ্শন কৰক।