Third-Party Review Platform
ইণ্টাৰনেটৰ স্বতন্ত্ৰ প্লেটফৰ্মত ক্ৰেতাই দিয়া পোনপটীয়া ৰিভিউ (যেনে- Google Reviews, Trustpilot বা অন্যান্য নিৰ্দিষ্ট প্লেটফৰ্ম)।
- ব্যৱসায়ৰ উপযুক্ত প্লেটফৰ্ম চিনাক্তকৰণ
- পোনপটীয়া Review Link আৰু QR Code প্ৰস্তুতি
- গ্ৰাহকৰ পৰা ৰিভিউ সংগ্ৰহৰ সহজ নিৰ্দেশনা
- স্বতন্ত্ৰ প্লেটফৰ্মৰ নিৰপেক্ষ বিশ্বাসযোগ্যতা