1. Branding
ব্যৱসায়টোক পেছাদাৰী, নিৰ্ভৰযোগ্য আৰু সহজতে চিনিব পৰা এক নিৰ্দিষ্ট দৃশ্যমান পৰিচয় প্ৰদান কৰা।
- ল’গ’ (Logo Design) আৰু ব্ৰেণ্ড কালাৰ
- ফন্ট আৰু পেছাদাৰী ভিজিটিং কাৰ্ড
- ছচিয়েল মিডিয়া ডিজিটেল ব্ৰেণ্ডিং পৰিচয়
মোৰ সৰু Business-টো Online-ত কেনেকৈ Visible হ'ব, Customer-এ কেনেকৈ মোক বিচাৰি পাব, বিশ্বাস কৰিব আৰু Enquiry কৰিব? আপোনাৰ ব্যৱসায়িক প্ৰয়োজন বুজি সঠিক খাপৰ পৰা কাম আৰম্ভ কৰক।
অনলাইনত এটা ব্যৱসায় প্ৰতিষ্ঠা কৰাৰ অৰ্থ কেৱল এটা ৱেব পেজ বনোৱা নহয়। ব্ৰেণ্ডৰ পৰিচয় গঢ়াৰ পৰা আৰম্ভ কৰি সঠিক গ্ৰাহকৰ ওচৰ পোৱা, বিশ্বাস অৰ্জন কৰা আৰু অৰ্ডাৰ বা Enquiry সংগ্ৰহ কৰালৈকে সকলো দিশ সামৰি WebDot.in-এ আপোনাক সহায় কৰে।
অনলাইন ব্যৱসায়ৰ ক্ৰমবিকাশৰ এক ব্যৱহাৰিক পথ — কিন্তু সকলো ব্যৱসায়ে একে ক্ৰমত আৰম্ভ কৰিব নালাগে:
* এইটো এক ব্যৱহাৰিক ৰোডমেপ, কোনো বাধ্যতামূলক শৃংখল নহয়। আপোনাৰ বৰ্তমান ব্যৱসায়ৰ অৱস্থা অনুসৰি যিকোনো প্ৰাসংগিক শিতানৰ পৰা কাম আৰম্ভ কৰিব পাৰি।
প্ৰতিটো শিতানে ব্যৱসায়ৰ এটা সুকীয়া আৰু নিৰ্দিষ্ট সমস্যা সমাধান কৰে
ব্যৱসায়টোক পেছাদাৰী, নিৰ্ভৰযোগ্য আৰু সহজতে চিনিব পৰা এক নিৰ্দিষ্ট দৃশ্যমান পৰিচয় প্ৰদান কৰা।
"মানুহে আপোনাৰ Business-টো Online-ত ক'ত আৰু কেনেকৈ বিচাৰি পাব?" — সেই স্থানসমূহ প্ৰস্তুত কৰা।
"আপোনাৰ Business-ৰ কথা মানুহক কেনেকৈ দেখুৱাব আৰু বুজাব?" — প্ৰয়োজনীয় লেখা, ছবি আৰু ভিজুৱেল সৃষ্টি কৰা।
"আপোনাৰ Business-টো অধিক স্থানীয় গ্ৰাহকৰ চকুত কেনেকৈ পেলাব?" — বিজ্ঞাপন আৰু প্ৰম’শ্বন সংস্থাপন।
"মানুহে আপোনাৰ Business-টো দেখি কিয় বিশ্বাস কৰিব?" — প্ৰকৃত গ্ৰাহকৰ অভিজ্ঞতা আৰু প্ৰমাণ প্ৰদৰ্শন।
"আগ্ৰহী Customer-এ আপোনাৰ Business-লৈ সহজে কেনেকৈ প্ৰয়োজন পঠিয়াব?" — ফৰ্ম আৰু যোগাযোগ সংগ্ৰহ।
ৱেব পৰিৱেশ ইনষ্টল, কনফিগাৰ কৰা (One-Time Setup) আৰু চলি থকা ছাইটটো নিয়মীয়াকৈ তত্ত্বাৱধান কৰা (Maintenance)।
আজিকালি অনলাইন সঁজুলি বা AI-ৰ জৰিয়তে এটা ল’গ’ৰ ধাৰণা, লেখা, ফটো বা ৱেবছাইটৰ খচৰা বনোৱাটো সহজ হৈ পৰিছে। কিন্তু বাস্তৱত ব্যৱসায় এটা সুচাৰুৰূপে চলাবলৈ প্ৰকৃত একাউণ্টসমূহ কনফিগাৰ কৰা, ডমেইন সংযোগ, প্লাগিন সংহতি, প্ৰফেশ্বনেল ইমেইল আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত মানৱীয় অভিজ্ঞতা আৰু বাস্তৱিক কাৰ্যকৰীকৰণৰ প্ৰয়োজন হয়।
ব্যৱসায়ৰ বৰ্তমানৰ স্থিতি অনুসৰি আপোনাৰ অগ্ৰাধিকাৰ বাচি লওক
প্ৰথমে নাম আৰু ল’গ’ পৰিচয়, তাৰপাছত Google Maps আৰু অনলাইন উপস্থিতি, ফৰ্মৰ দ্বাৰা Enquiry লোৱা আৰু স্থানীয় বিজ্ঞাপন চলাই বিশ্বাস গঢ়া।
ব্যৱসায় ইতিমধ্যে চলি আছে — গতিকে অনলাইন উপস্থিতি ঠিক কৰি আগৰ গ্ৰাহকৰ Review সংগ্ৰহ কৰা আৰু সঠিক অফাৰেৰে নতুন গ্ৰাহক বিচৰা।
বৰ্তমান থকা ছাইটটোৰ ত্ৰুটি শুধৰণি কৰি নিয়মীয়া Maintenance লোৱা, কাষ্টম Enquiry ফৰ্ম সংযোগ কৰা আৰু বিজ্ঞাপন চলোৱা।
তলৰ বিকল্পসমূহৰ পৰা আপোনাৰ বৰ্তমান প্ৰয়োজন বাছক আৰু তাৎক্ষণিক পৰামৰ্শ চাওক:
সকলো সেৱাৰ মূল্য আৰু পেকেজসমূহ চাবলৈ আমাৰ Services পৃষ্ঠালৈ যাওক অথবা পোনপটীয়া আলোচনা কৰক।