গ্ৰাহকে ওচৰত খাদ্য বা দোকান বিচাৰি ফুৰে নেকি?
যেতিয়া মানুহে "Best restaurant near me" বা এলেকাৰ নাম লৈ চাৰ্চ কৰে, তেতিয়া গুগল মেপছত সঠিক পিন, ফোন নম্বৰ আৰু ফটো থকাটোৱেই আটাইতকৈ জৰুৰী।
কেতিয়া ৱেবছাইট নালাগে: যদি ব্যৱসায় কেৱল স্থানীয় গ্ৰাহকৰ ওপৰত নিৰ্ভৰশীল, তেন্তে আৰম্ভণিতে ৱেবছাইট অবিহনেও কাম চলিব।