← ব্ৰেণ্ডিং হাব
WebDot.in ৰেষ্টুৰেণ্ট ব্ৰেণ্ডিং সহায়
Assisted Setup
আৰম্ভণিৰ বাজেটৰ বাবে

সৰুকৈ আৰম্ভ কৰক,
প্ৰয়োজনীয় সহায়খিনি সহজতে লওক

ৰেষ্টুৰেণ্ট আৰম্ভ কৰাৰ সময়ত ডাঙৰ বাজেট খৰচ কৰাৰ প্ৰয়োজন নাই। যিখিনি নিজে কৰিব পাৰে নিজেই কৰক, য’ত সহায় লাগে তাত আমি আছোঁ।

বিনামূলীয়া সঁজুলি • DIY

নিজে কৰিব বিচাৰে?

তলৰ সঁজুলিসমূহ ব্যৱহাৰ কৰি নাম, প্ৰতীক আৰু ব্ৰেণ্ড কালৰ নিজেই সাজি লওক। কোনো মাচুল নালাগে।

সহজ মাচুলত সহায় • Assisted

আমি ফাইল ৰেডি কৰি দিম

সময়ৰ অভাৱ থাকিলে বা ছাইনব'ৰ্ড/মেনুৰ বাবে প্ৰিণ্ট-ৰেডি ফাইল প্ৰস্তুত কৰিবলৈ আমাৰ সহায় ল'ব পাৰে।

প্ৰয়োজন অনুসৰি তলৰ যিকোনো এটা কাম বাছি লওক ↓

🎨
মাচুল ₹ ২৯৯

লগ' ফাইল প্ৰস্তুতি (Logo Finishing)

আপোনাৰ নাম বা ধাৰণা অনুসৰি ছাইনব'ৰ্ড আৰু ছ'চিয়েল মিডিয়াত ব্যৱহাৰোপযোগী পৰিষ্কাৰ ফাইল।

  • স্বচ্ছ বেকগ্ৰাউণ্ড থকা HD PNG ফাইল
  • ছাইনব'ৰ্ড প্ৰিণ্টৰ বাবে Vector/PDF ফাইল
  • WhatsApp আৰু ছ'চিয়েল প্ৰফাইলৰ জোখ
নিজে বনাব বিচাৰে? লগ' ক্ৰিয়েটৰ খোলক
💬 এই সহায় লওক
👑
মাচুল ₹ ৪৯৯

ব্ৰেণ্ড কিট সজ্জা (Brand Kit Setup)

ৰং, ফণ্ট আৰু ছাইনব'ৰ্ড কালৰ নিৰ্ধাৰণ যাতে সকলো মাধ্যমত একেই পৰিচয় দেখা যায়।

  • নিৰ্দিষ্ট ২-৩টা ব্ৰেণ্ড ৰঙৰ কালৰ কোড
  • অসমীয়া & ইংৰাজী ফণ্টৰ গাইড
  • ছ'চিয়েল মিডিয়া কভাৰ আৰু প্ৰফাইল কাৰ্ড
লাইভ কেনভাছ: ব্ৰেণ্ড কিট চাওক
💬 এই সহায় লওক
📜
মাচুল ₹ ৪৯৯

মেনু কাৰ্ড সজ্জা (Menu Design)

গ্ৰাহকে সহজে খাদ্য বিচাৰি পাব পৰাকৈ পৰিষ্কাৰ ডিজিটেল আৰু প্ৰিণ্ট ফৰ্মেট মেনু।

  • ২ পৃষ্ঠাৰ প্ৰিণ্ট-ৰেডি PDF মেনু
  • WhatsApp-ত পঠিয়াব পৰা স্পষ্ট ইমেজ ফৰ্মেট
  • খাদ্যৰ ধৰণ অনুসৰি সহজ সজ্জা
মেনু আইডিয়া: ব্ৰেণ্ড কিট পেলেট
💬 এই সহায় লওক

সকলোবোৰ একেলগে লোৱাৰ প্ৰয়োজন নাই

আপোনাৰ যিখিনি এতিয়া প্ৰয়োজন, কেৱল সেইখিনিৰ পৰাই আৰম্ভ কৰক। ব্যৱসায় ডাঙৰ হোৱাৰ লগে লগে বাকীখিনি পিছতো কৰিব পাৰিব।

💬 কিবা সুধিব বিচাৰে? মেছেজ দিয়ক