WebDot.in ব্যৱসায়িক ৱেবছাইট
Digital Presence
🌐 পেছাদাৰী ব্যৱসায়িক ৱেবছাইট

আপোনাৰ ব্যৱসায়ৰ বাবে প্ৰকৃত আৰু সম্পূৰ্ণ ৱেবছাইট

এটা পেজতে সকলো ঠাহ খুৱাই ৰখাৰ সলনি ব্যৱসায়ৰ বাবে জৰুৰী পৃষ্ঠাসমূহ (Home, About, Services, Gallery, Contact) সুকীয়াকৈ সজাই তোলক। আপোনাৰ প্ৰয়োজন অনুসৰি কথা পাতি কাষ্টম পৃষ্ঠা যোগ কৰা হ'ব।

ৱেবছাইটত কি কি পৃষ্ঠা থকাটো জৰুৰী?

গ্ৰাহকে যাতে খেলিমেলি নোহোৱাকৈ আপোনাৰ ব্যৱসায়টোক পেছাদাৰী ৰূপত জানিব পাৰে:

Home (মূল পৃষ্ঠা)

ব্যৱসায়ৰ চমু পৰিচয়, প্ৰধান হাইলাইট আৰু গ্ৰাহকক আকৰ্ষিত কৰা বিশেষ ব্যৱস্থা।

About Us (আমাৰ বিষয়ে)

প্ৰতিষ্ঠানটোৰ আৰম্ভণি, অভিজ্ঞতা আৰু গ্ৰাহকে কিয় আপোনাক বিশ্বাস কৰিব তাৰ বিৱৰণ।

Services / Menu (সেৱা & তালিকা)

খাদ্যৰ মেনু, চাৰ্ভিচ ৰেটকাৰ্ড বা উপলব্ধ সামগ্ৰীসমূহৰ স্পষ্ট আৰু বিশদ তালিকা।

Gallery / Work (ফটো আৰু নমুনা)

পূৰ্বৰ কামৰ স্পষ্ট ফটো, দোকানৰ ভিতৰৰ পৰিৱেশ বা প্ৰডাক্টৰ হাই-কোৱালিটি গেলেৰী।

Contact & Map (ঠিকনা আৰু যোগাযোগ)

গুগল মেপৰ সঠিক অৱস্থান, সম্পূৰ্ণ ঠিকনা, ফোন নম্বৰ আৰু WhatsApp বাৰ্তাৰ ব্যৱস্থা।

+

Custom Pages (কথা-বতৰাৰ মাধ্যমেৰে)

টেবুল বুকিং, এপয়ণ্টমেণ্ট বা বিশেষ অৰ্ডাৰ ফৰ্ম—আপোনাৰ প্ৰয়োজন অনুসৰি আলোচনা কৰি যোগ কৰা হ'ব।

📱 ব্যৱসায়িক শ্ৰেণী আৰু পৃষ্ঠাৰ লাইভ প্ৰিভিউ

তলৰ ৬টা শ্ৰেণীৰ পৰা আপোনাৰ ব্যৱসায়টো বাছক আৰু ভিন ভিন পৃষ্ঠা কেনেকুৱা দেখাব চাওক

https://brahmaputra-restaurant.webdot.in
ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেণ্ট
Page: Home
Restaurant

প্ৰকৃত সোৱাদ আৰু আভিজাত্য

আমাৰ পৰম্পৰাগত ৰন্ধনশৈলী আৰু বিশুদ্ধ উপকৰণেৰে প্ৰস্তুত সুস্বাদু খাদ্যৰ সোৱাদ লওক।

WhatsApp
WebDot.in পেছাদাৰী সেৱা

ব্যৱসায়িক ৱেবছাইট নিৰ্মাণ সেৱা

জৰুৰী পৃষ্ঠাসমূহ আৰু আপোনাৰ ব্যৱসায়ৰ প্ৰয়োজন অনুসৰি কাষ্টম পেজ সহ

₹১,৯৯৯
Domain + Hosting extra
প্ৰয়োজনীয় মূল পৃষ্ঠাসমূহ (Home, About, Services, Gallery, Contact)
কথা-বতৰাৰ মাধ্যমেৰে আপোনাৰ প্ৰয়োজন অনুসৰি Custom Features সংলগ্ন
১-ক্লিক WhatsApp অৰ্ডাৰ আৰু ডাইৰেক্ট ফোন কলৰ ব্যৱস্থা
গুগল মেপ আৰু দোকান খোলা থকাৰ সম্পূৰ্ণ সময়সূচী
ম'বাইল আৰু এণ্ড্ৰইডত দ্ৰুতভাৱে লোড হোৱা পৰিষ্কাৰ ক'ড
ছচিয়েল মিডিয়া লিংক আৰু স্পষ্ট কল-টু-একচন (CTA)
মোৰ ব্যৱসায়ৰ বাবে Website লাগে (আলোচনা কৰক)

প্ৰত্যক্ষ আলোচনা • স্পষ্ট পৰিকল্পনা • স্থানীয় ব্যৱসায়ৰ বাবে বিশেষভাৱে নিৰ্মিত

Digital Presence শিতানলৈ উভতি যাওক